Assam Cyber Army
We are a group of pentretion testers and web security checker of Assam (We are not Fake)
Saturday, 3 December 2016
দিনে দিনে চাইবাৰ ক্ৰাইম বাঢ়ি গৈছে
যোৱাকালী বাতৰি কাকতত পঢ়িবলৈ পালো যে বেংকৰ পৰা হেকাৰে বহু লোকৰ পইচা উলিয়ালে ৷
যাতে এনে ধৰণৰ আৰু ক্ৰাইম হ'বলৈ নাপায় তাক জ্ঞাতাৰ্থে অলপ সাৱধানতা বোৰ লিখিছো |
ক) যি সকল লোকে অনলাইন যোগে নেট বেংকিং কৰে অথবা স্মাৰ্টফোনৰ যোগে, সেইসকললৈ অনুৰোধ যে মোৰ, আপোনালোকে public wifi পৰাপক্ষত ব্যৱহাৰ নকৰে কাৰণ ইয়াৰ যোগে প্ৰথমে হেকাৰে আপোনাৰ স্মাৰ্টফোন হেক কৰাৰ পাছত মবাইলত সংৰক্ষিত হৈ থকা সকলো ডাটা পায় ৷ সেইকাৰনে বেলেগৰ পৰা পৰাপক্ষত hotspot লৈ ব্যৱহাৰ কৰিব নালাগে ৷
খ) আটাইতকে গুৰূত্ব পূৰ্ণ কথাটো হৈছে যে আমি বহুতে অনলাইন কাম কৰিবলৈ cafe বোৰলৈ যাও আৰু কেতিয়াবা আমি নিজৰ স্বাক্ষৰ বোৰৰ লগতে নিজৰ পাচপৰ্ট ফটোবোৰো অনলাইন যোগে কেতিয়াবা পঠিয়াব লগাত হ'ব পাৰে আৰু সেই একেবোৰ ফটো আৰু স্বাক্ষৰবগ আপোনোলোকে নিজৰ বেংকৰ একাউন্ট খোলোতে ব্যৱহাৰ কৰে ৷ সেয়ে মোৰ অনুৰোধ যে যদিও আপোনালেকে অনলাইন যোগে কামবোৰ কৰে , অনুগ্ৰহ কৰি সেই cafe খনত আপোনাৰ ফটো আৰু স্বাক্ষৰ সংৰক্ষিত হৈ থকা কম্পিউটাৰটোৰ পৰা যাতে আপোনাৰ নিজ উপস্হিতিত সকলোবোৰ delete কৰি থৈ আহেযেন ৷
গ) আজিকালি দেখিবলৈ পোৱা গৈছে যে Customer service point of sbi এনেকোৱা বহুতো Branch দেখিবলৈ পোৱা যায় ,মই কব বিচৰা নাই যে সেই branch ৰ লোকবোৰৰ ওপৰত দোষ বুলি , দোষ হৈছে তেওলোকে ব্যৱহাৰ কৰা broadband আৰু wifi, কাৰন দেখিবলৈ পাইছো যে তেওলোকে যিটো isp (internet service provider ) use কৰে সেই একে connection ত ওচৰৰ দোকানখনৰ কম্পিউটাৰটো ও connect হৈ থাকে ৷ যাৰ ফলত হেকাৰে সেই সকলোবোৰ information with data hack কৰি আপোনাৰ বেংক একাউন্ট হেক কৰিব পাৰে , পৰাপক্ষত বেংকত গৈ কামবোৰ কৰিলে ভাল হয় ৷
বি:দ্ৰ: মই দিয়া সাৱধানতা বোৰত কাকো দোষ ধৰা নাই বা কোনো যাতে গাত পাতি নলয়, মই কেৱল সকলো লোকক সাৱধান হে কৰি দিছো সম্ভাৱ্য ঘটনাৰ পৰা ৷
তথ্য খিনি পঢ়োতা সকললৈ মোৰ এটাই অনুৰাধ যে আপোনালোকে কথা বোৰ নজনা সকলক বুজায় দিয়ে যাতে ৷ ( লিখাবোৰৰ ভুল ভ্ৰান্তি বোৰৰ বাবে ক্ষমা কৰি দিব )৷৷
Subscribe to:
Posts (Atom)